Xihot Douri Gol
মণিকা দেৱী
Narrator Sarmistha Chakravorty
Publisher: Storyside IN
Summary
এখন বিস্কুট, এগিলাচ গাখীৰো কাৰোবাৰ বাবে সপোনৰ বস্তু হব পাৰে। ভোক আৰু নিম্নবিত্তৰ সৰু-সৰু আশা-ইচ্ছাক লৈ মণিকা দেৱীৰ 'সিহঁত দৌৰি গ'ল'। কাহিনীৰ কথনে দুটা শিশুমনৰ সৰল আকাংক্ষাত সাৱলীলভাবে ফুটাই তুলিছে।
Duration: 16 minutes (00:16:12) Publishing date: 2021-01-10; Unabridged; Copyright Year: 2021. Copyright Statment: —

