Kakini
মণিকা দেৱী
Narrator Sarmistha Chakravorty
Publisher: Storyside IN
Summary
'পুৰুষজন সাজু। পত্নীক সি আহ্বান কৰিছে, কথাৰে নহয়। পত্নীক পাবলৈ পুৰুষে কথা খৰছ নকৰে। আচলতে আহ্বান কৰাৰো দৰকাৰ নাথাকে। পত্নীগৰাকীয়ে অন্তৰ্যামী হৈ বুজিব লাগে স্বামীৰ আৰোহনৰ ইচ্ছাৰ কথা'। মণিকা দেৱীৰ 'কাকিনি' এহাল পতি-পত্নীৰ কাহিনী। যৌনতা, প্ৰেম, অধিকাৰবোধ- ইয়াৰ বাদেও ভালপোৱাত থাকে অপৰাধবোধ, আত্মগ্লানি আৰু ক্ষমা। তাই ক্ষমা কৰিব পাৰিব নে তাক? অথবা সি নিজক, আৰু মাকক?
Duration: 27 minutes (00:26:54) Publishing date: 2021-01-10; Unabridged; Copyright Year: 2021. Copyright Statment: —

