Join us on a literary world trip!
Add this book to bookshelf
Grey
Write a new comment Default profile 50px
Grey
Listen online to the first chapters of this audiobook!
All characters reduced
Johor-Mohor - cover
PLAY SAMPLE

Johor-Mohor

মণিকা দেৱী

Narrator Sarmistha Chakravorty

Publisher: Storyside IN

  • 0
  • 0
  • 0

Summary

'জহৰ-মহৰ' মণিকা দেৱীৰ এটা বহুপঠিত গল্প। সাপৰ বিষ নোহোৱা কৰা এটা দ্ৰব্যৰ নাম জহৰ-মহৰ। কিন্তু সাপৰ বিষতকৈ মাৰাত্মক বিষ জীৱনত পাই অহা মানুহগৰাকীয়ে জীৱনকেই জহৰ-মহৰ বুলি গ্ৰহণ কৰিছে। তেওঁৰ প্ৰয়োজন আছে জানো সাপৰ বিষ মৰা দৰৱৰ? 'জহৰ-মহৰ'ত মণিকা দেৱীৰ কাহিনী কথনে শুনোতাজনক লৈ যায় ভাৱনাৰ অন্য এখন জগতলৈ য'ৰ পৰা উভতোতে প্ৰখৰ জীৱনী-শক্তিৰে মহীয়ান তথা শক্তিশালী হৈ উভতি আহিব পাৰি।
Duration: 22 minutes (00:21:35)
Publishing date: 2021-01-10; Unabridged; Copyright Year: 2021. Copyright Statment: —