Join us on a literary world trip!
Add this book to bookshelf
Grey
Write a new comment Default profile 50px
Grey
Listen online to the first chapters of this audiobook!
All characters reduced
Xongupone Xeujiya - cover
PLAY SAMPLE

Xongupone Xeujiya

মনালিছা শইকীয়া

Narrator প্ৰণামী দাস

Publisher: Storyside IN

  • 0
  • 0
  • 0

Summary

জীৱনৰ বিয়লি বেলাত জীতেন বৰুৱাৰ মনত অলপ অভিমান হয়। কিন্তু কাৰ ওপৰত এই অভিমান? ইয়াৰ কাৰণ কি? কিয় কেতিয়াবা সংগোপনে বগোৱা বাই আহে এছাটি অভিমানে? কেতিয়াবা ভুগিছেনে অস্থিৰতাত? হেৰাই গৈছে নে কেতিয়াবা নিজৰ মাজতে? হেৰাই হেৰাই পুনৰ নিজক বিচাৰি চোৱাৰ প্ৰচেষ্টা কি এক আনন্দদায়ক বেদনা। অনুভৱ কৰিছেনে কেতিয়াবা? বিভিন্ন পটভূমিক কেন্দ্ৰ কৰি লিখা এমুঠি গল্প। প্ৰতিটো গল্পই কঢ়িয়াই লৈ ফুৰে এটা অভিমানী মন। সৰল কিন্তু চিন্তাৰ উদ্ৰেককাৰী গল্পবোৰৰ পৃষ্ঠা পৃষ্ঠাই অনুভৱ কৰাই যায় এই অভিমানী মনটোৰ। পঢ়ি যাওঁতে বুকুৰ কোণত বাজি উঠে বিষাদভৰা বাঁহীৰ সুৰ এটা। সেই সুৰে কৈ যাব খোজে বহু কথাই । সেই কথাৰ মাজতে বিচাৰি পাব আপোনাক, মোক বা আমাৰ দৰে হাজাৰজনক। ১৪ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ভিতৰত কি আছে জানিবলৈ শুনক 'ষ্টৰীটেল' যোগে মনালিছা শইকীয়াৰ গল্প সংকলন "সংগোপনে সেউজীয়া"
Duration: about 4 hours (03:52:23)
Publishing date: 2022-05-22; Unabridged; Copyright Year: 2022. Copyright Statment: —