Join us on a literary world trip!
Add this book to bookshelf
Grey
Write a new comment Default profile 50px
Grey
Listen online to the first chapters of this audiobook!
All characters reduced
Aaborir Akash Aru Prithibi - cover
PLAY SAMPLE

Aaborir Akash Aru Prithibi

মনালিছা শইকীয়া

Narrator Sarmistha Chakravorty

Publisher: Storyside IN

  • 0
  • 0
  • 0

Summary

জীৱনক বুজিব লাগিব। জীৱনৰ মুখামুখি হ'ব পাৰিব লাগিব। মাটিত ভৰি ৰাখিবলৈও তাইক সাহসৰ দৰকাৰ। সেই সাহস আৰু শক্তি তাই আহৰণ কৰিব বুদ্ধৰ পৰা। এইখিনি কথা তাইক সুন্দৰ চমুৱাই কৈছিল। তাই' 'আবৰি' । নিজকে খোলাৰ ভিতৰত সামৰি আনৰ সুখৰ বাবে সৰ্বস্ব বিলাই দিয়া এজনী ছোৱালী। পৃথিৱীৰ জটিলতাৰ তুলনাত তাইৰ ভগ্ন হৃদয়ৰ বিননি যেন মাথোঁ বিলাসিতা। প্ৰেমে মানুহক ধ্বংস নকৰে। সকলোকে ভালপোৱা আবৰি নামৰ ছোৱালীজনীয়ে ডাঙৰ হৈ অহাৰ লগে লগে বুজি উঠে বহু কথা। কিন্তু কি হ'ল আবৰিৰ? আবৰিয়ে পাৰিলে নে বুদ্ধ ৰ পৰা সাহস আৰু শক্তি আহৰণ কৰিব? মানসিক ভাৰসাম্যতা হেৰুৱাই পেলোৱা তাইৰ মৰমৰ সীমা বায়েকৰ  কি হ'ল? আৰু বকুল খুৰা! তাইৰ কৈশোৰৰ বন্ধু, তাইৰ কৈশোৰৰ প্ৰেম পৰিমল ৰ কাহিনীয়ে বা কোনফালে গতি ল'লে? আৰু তাইৰ প্ৰিয় কবি, তেওঁৰ সৈতে আবৰিৰ সম্পৰ্ক কি আছিল? আহক শুনোঁ জনপ্ৰিয় কাহিনীকাৰ মনালিছা শইকীয়াৰ প্ৰেম আৰু জীৱনবোধেৰে পৰিপূৰ্ণ উপন্যাস 'আবৰিৰ আকাশ আৰু পৃথিৱী', শৰ্মিষ্টা চক্ৰৱৰ্তীৰ কণ্ঠত।
Publishing date: 2021-02-10; Unabridged; Copyright Year: 2021. Copyright Statment: —