Join us on a literary world trip!
Add this book to bookshelf
Grey
Write a new comment Default profile 50px
Grey
Listen online to the first chapters of this audiobook!
All characters reduced
Duronto dosyu - cover
PLAY SAMPLE

Duronto dosyu

ৰঞ্জু হাজৰিকা

Narrator পাপলু চেতিয়া

Publisher: Storyside IN

  • 0
  • 0
  • 0

Summary

হঠাতে ঘটিল এটা হত্যাকাণ্ড। সেই হত্যাকাণ্ডৰ উহঁ বিচাৰিবলৈ নৌপাওঁতেই আহি পৰে দুৰন্ত দস্যু। কিন্তু কোন এই দুৰন্ত দস্যু? এটাৰ পিছত এটাকৈ সংঘটিত হৈ গৈ থাকে হত্যাকাণ্ডবোৰ। সংঘটিত হোৱা হত্যাকাণ্ডত বিভ্ৰান্ত হৈ পৰে ডিটেকটিভ দেৱজিত ফুকন। ইফালে আকৌ প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰ ৰহস্যৰ আঁত বিচাৰি গৈ বন্দী হৈ পৰে ৰহস্যৰ জালত। আৰু বিজ্ঞানী অমলকৃষ্ণ? পৃষ্ঠাই পৃষ্ঠাই ৰহস্য, ৰোমান্স, হত্যা, বিশ্বাসঘাটকতা। পিছে কোন সেই দুৰন্ত দস্যু? এই সকলোখিনি জানিবলৈ ষ্টৰীটেলযোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "দুৰন্ত দস্যু"।
Duration: about 3 hours (02:55:43)
Publishing date: 2021-12-30; Unabridged; Copyright Year: 2021. Copyright Statment: —