Biborno gohborot golito labha
ৰঞ্জু হাজৰিকা
Narrator পাপলু চেতিয়া
Publisher: Storyside IN
Summary
ৰাজনীতি জগতৰ দুজন প্ৰতিপত্তিশালী নেতা অজিত কৃষ্ণ ভাৰ্গৱ আৰু গৌৰীশংকৰ দত্তৰ মাজত ৰাজনীতিৰ শীৰ্ষ আসন দখল কৰাৰ বাবে হোৱা সংঘাতত কাহিনীৰ মূল চৰিত্ৰ সত্যকাম অপ্ৰত্যাশিত ভাৱে সোমাই পৰি সত্যকামে নিজৰ প্ৰেয়সীক হেৰুৱাব লগা হয়। পিছত নানা ঘাত-প্ৰতিঘাত,আবেগ,মৰম-চেনেহ তথা পুনৰ হত্যা-হিংসাৰ মাজেৰে কিদৰে কাহিনী ভাগ আগবাঢ়ি গৈছে তাকে জানিবলৈ শুনক ৰঞ্জু হাজৰিকা দেবৰ ৰহস্যভিত্তিক উপন্যাস বিবৰ্ণ গহ্বৰত গলিত লাভা।
Duration: about 5 hours (04:34:53) Publishing date: 2022-05-10; Unabridged; Copyright Year: 2022. Copyright Statment: —

