¡Acompáñanos a viajar por el mundo de los libros!
Añadir este libro a la estantería
Grey
Escribe un nuevo comentario Default profile 50px
Grey
¡Escucha online los primeros capítulos de este audiolibro!
All characters reduced
Cubicle Mate - cover
REPRODUCIR EJEMPLO

Cubicle Mate

পাপলু চেতিয়া

Narrador পাপলু চেতিয়া, চয়ানিকা ডেকা

Editorial: Storytel Original IN

  • 0
  • 0
  • 0

Sinopsis

চিৰিয়াচ মাৰ্কেটিং এক্সিকিউটিভ অদিতি আৰান্ধৰাৰ চাকৰি জীৱনৰ প্ৰথম দিনটোতে অঘটন ঘটিল! একেটা কিউবিকেলতে তাইৰ সৈতে পৰিল অফিচৰ বেদ বয়, কন্টেন্ট ক্ৰিয়েটৰ এণ্টনী কোঁৱৰ। পাৰিব নে তাই এই একা-চেকা ল'ৰাটোৰ সৈতে একেটা কিউবিকেল শ্বেয়াৰ কৰিব? দেখাত এন্টনীৰ একো কথাই অদিতিৰ সৈতে নিমিলে।কিন্তু দেখাটোৱেই জানো সঁচা? কথাতে কয় বোলে অবাটত যি বাট গজায় অমাতত যি মাত ফুটায় সেয়াই প্ৰেম। অদিতিৰো অবাটত বাট গজিব নেকি বাৰু! জানিবলৈ শুনক ষ্টৰীটেল অৰিজিনেলে বিশেষভাৱে আগবঢ়োৱা অডিঅ' প্ৰেমৰ গল্প 'কিউবিকেল মেইট'। লিখিছে প্ৰতিভাৱান গীতিকাৰ পাপলু চেতিয়াই।
Duración: 11 minutos (00:10:37)
Fecha de publicación: 19/10/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —