¡Acompáñanos a viajar por el mundo de los libros!
Añadir este libro a la estantería
Grey
Escribe un nuevo comentario Default profile 50px
Grey
¡Escucha online los primeros capítulos de este audiolibro!
All characters reduced
Magnolia - cover
REPRODUCIR EJEMPLO

Magnolia

মণিকুন্তলা ভট্টাচাৰ্য

Narrador Ankit Goswami

Editorial: Storyside IN

  • 0
  • 0
  • 0

Sinopsis

২৮ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ৰচনা কাল ১৯৫২/১৯৫৪ চন মানৰ পৰাই বুলি ধৰিব পাৰি। গল্প বিলাকৰ কোনোবাটোৱে যদি সেই সময়ৰ আৰ্থসামাজিক দিশটো আঙুলিয়াই দিছে, আন কোনোবাটোৱে আকৌ ভালপোৱাৰ বিষাদৰ কথা কৈছে। কিছু গল্পত বৰ্ণিত হৈছে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। আনহাতে তাতে দেখা গৈছে প্ৰকৃতি বিনষ্টকাৰী অশুভ শক্তি। ৰাজনৈতিক কুচক্ৰান্তৰ বলি হয় সমাজ জীৱন। শেষ হৈ যায় সাধাৰণ জনতাৰ সপোন। কিন্তু বাৰে বাৰে কিয় ভুগিব লগা হয় জনতাই? হৃদয়স্পৰ্শী এমুঠি গল্প। 'ষ্টৰীটেল' যোগে শুনক জ্ঞানপীঠ বঁটা বিজয়িনী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ গল্প সংকলন 'মেগনলীয়া'।
Fecha de publicación: 30/07/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —