¡Acompáñanos a viajar por el mundo de los libros!
Añadir este libro a la estantería
Grey
Escribe un nuevo comentario Default profile 50px
Grey
¡Escucha online los primeros capítulos de este audiolibro!
All characters reduced
Daat - cover
REPRODUCIR EJEMPLO

Daat

মণিকা দেৱী

Narrador Manika Devee

Editorial: Storyside IN

  • 0
  • 0
  • 0

Sinopsis

এজন বিপত্নিক বুঢ়াই বয়স ভাটি দিয়া নীৰুক বিয়া কৰালে। বুঢ়াৰ অগাধ সম্পত্তি কিন্তু ল'ৰা-ছোৱালী থাকে দুৰৈত।তাতে পিতাকে বিয়া কৰোৱাৰ বাবে সিহঁত অসন্তুষ্ট। দেৰিকৈ বিয়া হলেও নীৰুৰ আশা, তাইৰো এদিন নিজাকৈ এটা সন্তান হব। পিছে হ'ল জানো? এটা বিশেষ কাৰণত বুঢ়াৰ সৰু পুতেকে সৰুৱাই পেলাব খুজিলে নীৰুৰ আটাইকেইটা দাঁত। নীৰুৱে পাৰিলে নে নিজৰ দাঁতকেইটা ৰক্ষা কৰিব?  মণিকা দেৱীৰ গল্প মানেই সাধাৰণ যেন লগা ঘটনা এটাৰ অসাধাৰণ বিচাৰ। দৰঙী ভাষাত লিখা এই গল্পটো শুনক গল্পকাৰৰ নিজৰ কণ্ঠত।
Fecha de publicación: 28/07/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —