Boroxun
মণিকা দেৱী
Narrador Sarmistha Chakravorty
Editora: Storyside IN
Sinopse
বৰষুণে বহুত কিবাকিবি মনত পেলাই দিয়ে। প্ৰথম প্ৰেমৰ নষ্টালজিয়া, কিনকিনিয়া এচাতি বুকুৰ বিষ, কৈশোৰত এৰি থৈ অহা কাৰোবাৰ মুখ। বৰষুণে সতেজ কৰে কত স্মৃতি! মণিকা দেৱীৰ সাৱলীল কথনভংগীয়ে বৰষুণৰ ৰোমন্থনকাতৰতাক আৰু সুন্দৰ কৰিছে।
Duração: 13 minutos (00:12:38) Data de publicação: 10/01/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

