Mukhagni
মনালিছা শইকীয়া
Narrador Jubaraj Kumar Das
Editora: Storyside IN
Sinopse
সমাজৰ বাস্তৱ দিশটোক প্ৰতিফলিত কৰি বিভিন্ন ঘটনা আৰু চৰিত্রৰ মননশীল সংযোজনৰ এখন গল্প সংকলন হৈছে ভৃংগেশ্বৰ শৰ্মাৰ 'মুখাগ্নি'। গল্প-পুথিখনৰ প্ৰতিটো গল্প ভিন্নস্বাদৰ। গল্পসমূহৰ চৰিত্রসমূহ খুৱেই জীৱন্ত আৰু সংবেদনশীল। চৰিত্রসমূহত বাস্তৱ জীৱনৰ সুখ-দুখ, আশা-আকাঙ্ক্ষা, হতাশা তথা জীৱনৰ সূক্ষ্ম অনুভূতিসমূহ সুন্দৰকৈ প্ৰতিষ্ঠাপন কৰা হৈছে আৰু সেয়ে গল্পসমূহৰ পটভূমি আৰু চৰিত্রসমূহ সদা-প্ৰাসঙ্গিক। এই গল্পসমূহৰ জৰিয়তে আমাৰ সমাজখনৰ বিভিন্ন দিশ তথা ভিন্নজনৰ জীৱনবোধ সম্পৰ্কে জানিবলৈ শুনক ভৃংগেশ্বৰ শৰ্মাৰ 'মুখাগ্নি'কেৱল 'ষ্টৰীটেল'ৰ যোগেদি।
Data de publicação: 06/05/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

