Cotton College
গীতালি বৰা
Narrador Devanga Pallav Saikia
Editora: Storyside IN
Sinopse
নবীন বৰুৱাৰ 'কটন কলেজ' সপোন খেদি ঐতিহ্যমণ্ডিত কলেজলৈ অহা নিম্ন মধ্যবিত্তৰ জীৱনৰ কাহিনী। কাহিনী ভালপোৱাৰ, সপোন গঢ়াৰ, সময়ৰ আঁচোৰত সপোন ভঙাৰ। কলেজৰ চৌহদৰ পৰা হোষ্টেলৰ নিশালৈ এক জীৱন্ত বৰ্ণনা। নিৰঞ্জন বৰুৱাৰ মাধ্যমেৰে লেখকে ডাঙি ধৰিছে নিম্ন মধ্যবিত্তৰ জীৱনক, সপোন হেৰুৱাৰ যন্ত্ৰণাক আৰু কলেজীয়া জীৱনৰ আবেগ-অনুভূতিক। কটন কলেজৰ মাধ্যমেৰে অংকন হৈছে অসমৰেই এচোৱা সময়। প্ৰথমৰ পৰা শেষলৈকে প্ৰতিটো বাক্যতে পাঠকে সোমাই পৰিব কটন কলেজত, নিম্ন মধ্যবিত্তৰ জীৱন সংগ্ৰামত। পাঠকে বিচাৰি পাব নিজক।
Data de publicação: 20/04/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

