Bokya Satbande Part 5
দিব্যজ্যোতি বৰা
Narrador Gautam Mazumdar
Editora: Storyside IN
Sinopse
কবি-গল্পকাৰ দিব্যজ্যোতি বৰাৰ গল্পৰ সোৱাদ অলপ সুকিয়া। আমোদ, হাস্যৰসৰ মাজেৰে বৰাৰ গল্পত ফুটি উঠে প্ৰচলিত ব্যৱস্থাৰ প্ৰতি তীব্ৰ এক শ্লেষ। খুব সাধাৰণ বিষয় এটাক অসাধাৰণ গল্পৰ পৰ্যায়লৈ উন্নীত কৰাত গল্পকাৰ পাৰ্গত। 'ব'লা বেদুইন' তেনে কিছু অসাধাৰণ গল্পৰে সমষ্টি।
Data de publicação: 20/06/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

