Prem Omritor Nodi
চৈয়দ আব্দুল মালিক
Narrador Jhunakangkan Bhuyan
Editorial: Storyside IN
Sinopsis
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ পূৰ্বে কোন আছিল মাধৱ? কেনেকৈ লগ পাইছিল তেওঁ গুৰুজনাক? জীৱনৰ আৰম্ভণিৰে পৰা নানান সংঘাতৰ সন্মুখীন হোৱা মাধৱ আছিল ভীষণভাৱে শাক্ত। শক্তিৰ উপাসক এইজনা মনিষীয়ে কেনেদৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ভাৰ নিজৰ কান্ধত তুলি লৈছিল? জীৱনৰ দুখ কষ্ট, সংঘাতৰ মাজেৰে মাধৱৰ পৰা মাধৱদেৱ হোৱালৈকে এক অনুপম জীৱন গাঁথা 'প্ৰেম অমৃতৰ নদী'।
Fecha de publicación: 23/08/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

