Nixahot mrityur jontrona
ৰঞ্জু হাজৰিকা
Narrador কোরআন মজিদ
Editorial: Storyside IN
Sinopsis
অসমৰ এজন অন্যতম জনপ্রিয় লেখক- ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ দ্বাৰা লিখিত এই উপন্যাস 'নিশাহত মৃত্যুৰ যন্ত্ৰনা' হ'ল এখন জনপ্ৰিয় উপন্যাস। চহৰৰ কেইজনমান অসাধু ব্যবসায়ীৰ অসৎ কাৰ্য্যত সহযোগিতা নকৰাৰ ফলত এজন সাধাৰণ টেক্সি ড্ৰাইভাৰৰ জীৱন কেনেদৰে দুৰ্বিসহ হৈ পৰে তাৰেই বৰ্ণনা এই উপন্যাস খন। চমুকৈ ক'বলৈ গ'লে অসততাৰ প্ৰতি সত্যৰ যুঁজেই যেন 'নিশাহত মৃত্যুৰ যন্ত্ৰণা'।
Duración: alrededor de 3 horas (02:30:58) Fecha de publicación: 14/02/2022; Unabridged; Copyright Year: 2021. Copyright Statment: —

