¡Acompáñanos a viajar por el mundo de los libros!
Añadir este libro a la estantería
Grey
Escribe un nuevo comentario Default profile 50px
Grey
¡Escucha online los primeros capítulos de este audiolibro!
All characters reduced
Boragi Nodir Ghat - cover
REPRODUCIR EJEMPLO

Boragi Nodir Ghat

অৰূপা পটংগীয়া কলিতা

Narrador Sasanka Samir

Editorial: Storyside IN

  • 0
  • 0
  • 0

Sinopsis

এটা মধ্য আৰু নিম্নবিত্তৰ অঞ্চলত হঠাতে খলকনি তুলিলে এটা নামে। মিচেছ খান্না। কিন্তু কোন এই মিচেছ খান্না? হাইকামাণ্ড ষ্টোৰৰ ধৰণী দলেৰ লগত কেনেকৈ যোগাযোগ হ'ল মিচেছ খান্নাৰ? ধৰণীৰ দোকানখনৰ নামেই বা কিয় হাইকামাণ্ড ষ্টোৰ? মিচেছ খান্নাক লগ পোৱাৰ পিছত কিয় নয়নতৰাৰ কথাই আমনি কৰিছিল ধৰণীক? কোন আছিল নয়নতৰা? কিয় কৈছিল নয়নতৰাই - তুমি কোৱা অবৈধ অশ্লীলতা এইবোৰ মই নুবুজোঁ। চন্দ্ৰক মই মনেৰে ঘিণ কৰোঁ, অথচ চন্দ্ৰক দেহাটো সদায় দিবলৈ বাধ্য। তুমি মোৰ বিবাহিত পুৰুষ নহয়, অথচ স্ব-ইচ্ছাই তোমাৰ বুকুত মই সোমাই আছোঁ। চকুৰ আগতে সলনি হৈ গৈছিল সময়। মানুহবোৰৰ মনবোৰ সলনি হৈ গৈছিল। সলনি হোৱা মানুহবোৰৰ কথাবোৰে আঘাট কৰিছিল ধৰণীক। কিন্তু কিয়? মনৰ মাজত দোলা দি থকা কথাবোৰ বাস্তৱ হ'ল নে? মিচেছ খান্নাৰ কি হ'ল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস "ব'ৰাগী নদীৰ ঘাট"।
Duración: alrededor de 6 horas (05:51:50)
Fecha de publicación: 01/05/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —