Begleiten Sie uns auf eine literarische Weltreise!
Buch zum Bücherregal hinzufügen
Grey
Einen neuen Kommentar schreiben Default profile 50px
Grey
Hören Sie die ersten Kapitels dieses Hörbuches online an!
All characters reduced
Unmotto oronyo - cover
HöRPROBE ABSPIELEN

Unmotto oronyo

ৰঞ্জু হাজৰিকা

Erzähler কোরআন মজিদ

Verlag: Storyside IN

  • 0
  • 0
  • 0

Beschreibung

অসমৰ এজন স্বনামধন্য সাহিত্যিক ৰঞ্জু হাজৰিকাই ৰচনা কৰা 'উন্মত্ত অৰণ্য' হৈছে এখন বহুজন-পঠিত উপন্যাস।
জাকৰ পৰা অকলশৰীয়া হৈ আঁতৰি আহি উন্মাদৰ দৰে আচৰণ কৰিবলৈ ধৰে এটা বন্য হস্তিয়ে। উপায় হীন হৈ বন বিভাগৰ অনুগ্ৰহ মৰ্মে তিনিজন চিকাৰী বন্ধুৱে হাতিটোক তাৰ প্ৰেমিকাৰ হাতিজনীৰ সন্মুখতে হত্যা কৰে। পৰৱৰ্তী সময়ত তেঁওলোক প্ৰতিশোধ পৰায়ণা হৈ পৰা সেই প্ৰেমিকা হাতিজনীৰ দ্বাৰা বিভিন্ন বিলাই-বিপত্তিৰ সন্মুখীন হ'বলগীয়া হয়। এই আটাইবোৰ ঘটনা-পৰিঘটনাৰ ৰোমান্সকৰ বৰ্ণনাই মুলতঃ এই উপন্যাস খন।
লগতে বন্য-হস্তিৰ জীৱন-ধাৰন, আচাৰ-আচৰণ আদিৰ বিষয়েও সৰস বিৱৰণ উপন্যাস খনত পোৱা যায়।
Dauer: etwa eine Stunde (01:23:21)
Veröffentlichungsdatum: 04.03.2023; Unabridged; Copyright Year: 2023. Copyright Statment: —