Rejoignez-nous pour un voyage dans le monde des livres!
Ajouter ce livre à l'électronique
Grey
Ecrivez un nouveau commentaire Default profile 50px
Grey
Écoutez en ligne les premiers chapitres de ce livre audio!
All characters reduced
Osin dweep oxanto xagor oboruddho prem - cover
ÉCOUTER EXTRAIT

Osin dweep oxanto xagor oboruddho prem

ৰঞ্জু হাজৰিকা

Narrateur ৰত্ন দাস

Maison d'édition: Storyside IN

  • 0
  • 0
  • 0

Synopsis

জেয়াৰ... ।দ্য ডাৰ্ক কণ্টিণেণ্ট ৰূপে খ্যাত আফ্ৰিকাৰ এই অতিশয় ৰহস্যাবৃত অঞ্চললৈ যিয়ে এবাৰ গৈছে উভতি অহাৰ তথ্য আজিলৈ কাৰো হাততেই নাই ।তেনেস্থলত হঠাৎ ড০ অধ্যাপকৰ কিয় এই পৰিকল্পনা ?শেষত পৰিকল্পনা মতেই যাবলৈ সাজু হ'ল তিষ্যা আৰু ৰবীন ।লগত সহযোগী হিচাপে ওলাল বন্ধু হিমু আৰু যীচু । অভিযানৰ সফল সমাপ্তিৰ পিছতেই তিষ্যা আৰু ৰবীনৰ বিয়াৰ কথা তিষ্যাৰ পিতৃ ড০ অধ্যাপকে অভিযানৰ পূৰ্বেই ঘোষণা কৰিলে ।তাৰ পিছত আৰু উভতি চোৱাৰ সকলোবোৰ পথ অৱৰুদ্ধ।এনেদৰে প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু হ'ল তিষ্যা,ৰবীন,হিমু আৰু যীচু।ৰঞ্জু হাজৰিকাৰ বহুচৰ্চিত ৰহস্য উপন্যাস 'অচিন দ্বীপ,অশান্ত সাগৰ আৰু অৱৰুদ্ধ প্ৰেম' নামৰ এই গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাই কঢ়িয়াই নিছে গভীৰ উৎকণ্ঠা, সংশয়, অনিশ্চয়তা আৰু দ্ৰুত পৰিৱৰ্তনশীল আবেগ আৰু ঘটনাপ্ৰবাহৰ শ্বাসৰুদ্ধকাৰী শিহৰণ ।আহঁক, 'জেয়াৰ'ৰ অটল ৰহস্যৰ অচীন আন্ধাৰ পৃথিৱীত হেৰাই যোৱা এহাল প্ৰেমিক যুগল আৰু দুই বন্ধুক এই গ্ৰন্থপাঠৰ মাজেৰেই আমি বিচাৰি যাওঁ.....
Durée: environ 5 heures (05:06:59)
Date de publication: 03/01/2023; Unabridged; Copyright Year: 2023. Copyright Statment: —