Hridoyot tumar xotta
ৰঞ্জু হাজৰিকা
Erzähler Anabil Mahanta
Verlag: Storyside IN
Beschreibung
'হৃদয়ত তোমাৰ সত্বা' হ'ল অসমৰ এজন প্ৰখ্যাত সাহিত্যিক ৰঞ্জু হাজৰিকাৰ দ্বাৰা ৰচিত এখন সুখপাঠ্য উপন্যাস। উপন্যাস খনৰ কাহিনী কেন্দ্ৰীভূত হৈ আছে অসীম নামৰ এজন অতি সৎ যুৱকৰ জীৱন সংগ্ৰাম সম্পৰ্কে। কেৱল মাকৰ সৈতে বিভিন্ন কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰা অসীমৰ মাকৰ এদিন হঠাৎ মৃত্যু হয়। মাতৃ বিয়োগৰ পিছত অকলশৰীয়া হৈ পৰা অসীমে ঘৰৰ পৰা নিলগত থাকি কাম কৰিবলৈ লয়। তাতে তেওঁ লগ পায় দীপাক। তাৰ পাছত বহু ঘটনা-পৰিঘটনাৰ মাজেৰে কাহিনীটো আগুৱাই যায়। শেষত ঔপন্যাসিক গৰাকীয়ে ভাৰতীয় আধ্যাত্মিক তত্বত পোৱা সুক্ষ্ম জগতৰ ভিতৰত উল্লেখ থকা দেহ তত্বৰ আধাৰত অতি ৰোমান্সকৰ ভাৱে উপন্যাস খনৰ সমাপ্তি ঘটাইছে।
Veröffentlichungsdatum: 03.05.2022; Unabridged; Copyright Year: 2022. Copyright Statment: —

