Begleiten Sie uns auf eine literarische Weltreise!
Buch zum Bücherregal hinzufügen
Grey
Einen neuen Kommentar schreiben Default profile 50px
Grey
Hören Sie die ersten Kapitels dieses Hörbuches online an!
All characters reduced
Prahelika - cover
HöRPROBE ABSPIELEN

Prahelika

Premnarayan Dutta

Erzähler Paplu Chetia

Verlag: Storyside IN

  • 0
  • 0
  • 0

Beschreibung

প্ৰসিদ্ধ হিন্দী সাহিত্যিক 'প্ৰেমনাৰায়ণ' ৰ 'পা-ফু' ছিৰিজৰ অন্তৰ্গত এখন জনপ্ৰিয় উপন্যাস - 'প্ৰহেলিকা'
১৯৫১ চনতে প্ৰথম প্ৰকাশ পোৱা এই উপন্যাসখন সেই সময়ৰ এচাম কুচৰিত্রৰ স্বাৰ্থান্ধ লোকে নিৰীহক কৰা শোষণ আৰু এই লোকসকলক উচিত শাস্তি প্ৰদান কৰা 'পা-ফু' দলৰ সদস্য সকলৰ ৰোমাঞ্চকৰ কাহিনী । এফালে শীৰ্ষ আৰক্ষী বিষয়া মিষ্টাৰ ডেভিড, স্পেচিয়েল ইনস্পেক্টৰ আনন্দ মোহন দুৱৰা, সহকাৰী ইনস্পেক্টৰ নগেন্দ্ৰনাথ শইকীয়া । 'পা-ফু' দলৰ সদস্য সকলক গ্ৰেপ্তাৰ কৰাৰ বাবে তেওঁলোকৰ অক্লান্ত অভিযান... আনফালে লুভীয়া স্বাৰ্থান্ধ কণক বৰা প্ৰভৃতি লোকসকলক উচিত শিক্ষা দিয়া 'পা-ফু' দল ।
যিটো দল দলপতি পূজাৰী, পৰাক্ৰমী ভীমসেন, বিজ্ঞ আৰু শ্ৰেষ্ঠ বৈজ্ঞানিক পাৰ্থসিং, ডাক্তৰ  নকুল ৰায়, খাছিয়া ৰজাৰ বংশধৰ মিষ্টাৰ হেমিল্টনৰ দৰে শিক্ষিত লোকেৰে গঠিত । কমলকৃষ্ণ দাসৰ মৃত্যুৰ ৰহস্য কি ? কণক বৰাই চক্ৰান্ত কৰি কমলৰ বীমাৰ ধন আত্মসাৎ কৰিব পাৰিলেনে ? মায়া দৰাচলতে কোন ? কমলকৃষ্ণৰ পত্নী যমুনাই প্ৰকৃত ন্যায় পালেনে ? মিষ্টাৰ ডেভিদে নিযুক্তি দিয়া কেপ্তেন ফুদল দৰাচলতে কোন? সকলো কথা জানিবলৈ শুনক 'প্ৰহেলিকা' কেৱল 'ষ্টৰিটেল' ৰ যোগেদি ॥
Veröffentlichungsdatum: 04.03.2023; Unabridged; Copyright Year: 2023. Copyright Statment: —