Paglahawa
মৃত্যুঞ্জয় মহন্ত
Narrateur Kumar David Das
Maison d'édition: Storyside IN
Synopsis
শিপাবিচ্ছিন্ন মহানাগৰিক জীৱনৰ উকমুকনি, সম্পৰ্কৰ বিচিত্ৰতা আৰু অপ্ৰাপ্তিৰ যাতনাক মূল উপবীজ্য হিচাপে লৈ ৰচিত গল্পকাৰ মৃত্যুঞ্জয় মহন্তৰ 'পাগলাহাৱা'। শিপাহীন মানুহৰ অতি-আধুনিকতা, যন্ত্ৰণাদগ্ধ জীৱনৰ দস্তাবেজ, অপ্ৰাপ্তিৰ বেদনাৰে পৰিপূৰ্ণ মুঠ ২০ টা গল্প, শুনক একমাত্ৰ 'ষ্টৰীটেল'ত।
Date de publication: 06/05/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

