Begleiten Sie uns auf eine literarische Weltreise!
Buch zum Bücherregal hinzufügen
Grey
Einen neuen Kommentar schreiben Default profile 50px
Grey
Hören Sie die ersten Kapitels dieses Hörbuches online an!
All characters reduced
Xoindhya - cover
HöRPROBE ABSPIELEN

Xoindhya

মণিকুন্তলা ভট্টাচাৰ্য

Erzähler Megha

Verlag: Storyside IN

  • 0
  • 0
  • 0

Beschreibung

সৰুতে মাকক হেৰুৱাই দেউতাকৰ মৰমৰ মাজত ডাঙৰ হৈ অহা এজনী ছোৱালী সন্ধ্যা। আন দহজনী ছোৱালীৰ দৰে কৈশোৰত এজন ৰাজকুমাৰৰ সপোন তাইয়ো দেখিছিল। সেই ৰাজকুমাৰ আছিল ইৰফান। কিন্তু ইৰফানৰ আছিল নে তাইৰ প্ৰতি কিবা অনুৰাগ? আহিছিল নে ইৰফান শুকুলা ঘোঁৰাত উঠি তাইৰ কাষলৈ? নে সমাজৰ বাধাই মষিমূৰ কৰি পেলাইছিল সন্ধ্যাৰ সকলো সপোন। কেনেদৰে আৰম্ভ হৈছিল সন্ধ্যাৰ সংসাৰ। স্বামী এইচ আই ভি ৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলি জনাৰ পিছত কি কৰিলে সন্ধ্যাই? সেই ৰোগে আক্ৰমণ কৰিলে নেকি সন্ধ্যাকো? নে সেই ৰোগৰ পৰা ৰক্ষা পৰিছিল সন্ধ্যা? এইচ আই ভি ৰোগীৰ প্ৰতি সমাজৰ দৃষ্টিভংগী কেনেকুৱা? যৌৱনৰ দূৰন্ত বিলাসিতা আৰু আৱেগহীনতাৰ বাবেই কেনেদৰে জহি খহি পৰিব পাৰে একোটা মানৱ জীৱন.. এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে মণিকুন্তলা ভট্টাচাৰ্য্যৰ 'সন্ধ্যা'
Veröffentlichungsdatum: 15.01.2021; Unabridged; Copyright Year: 2021. Copyright Statment: —