Begleiten Sie uns auf eine literarische Weltreise!
Buch zum Bücherregal hinzufügen
Grey
Einen neuen Kommentar schreiben Default profile 50px
Grey
Hören Sie die ersten Kapitels dieses Hörbuches online an!
All characters reduced
Prabandha - cover
HöRPROBE ABSPIELEN

Prabandha

মণিকুন্তলা ভট্টাচাৰ্য

Erzähler Tanwita Bharadwaj

Verlag: Storyside IN

  • 0
  • 0
  • 0

Beschreibung

বাস্তৱ আৰু কল্পনাৰ এক ৰহস্যময় সম্বন্ধ প্ৰখ্যাত সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ কলমৰ অন্যতম আকৰ্ষণ। বেলজিয়ামৰ জেসুইট পুৰোহিত ফাদাৰ কামিল বুল্কে মামণি ৰয়ছমৰ প্ৰিয় আছিল। বেলজিয়ামত জন্মগ্ৰহণ কৰা ফাদাৰ কামিল বুল্কেই শেষৰ ফালে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। তেওঁ ৰামায়ণী সাহিত্যৰ ওপৰত গৱেষণা কৰাই নহয় তেওঁৰ এখন বিখ্যাত গ্ৰন্থ আছিল 'ৰামকথা'। এই ফাদাৰ বুল্কে চাহাবৰ কথা, দেউতাক উমাকান্ত গোস্বামীদেৱৰ দিনপঞ্জী, তেওঁৰ সৈতে ব্ৰাউন চাহাবৰ সম্পৰ্ক.. এই সকলোবোৰৰ সৰস বৰ্ণনা আছে 'প্ৰবন্ধ'ত। ব্যক্তিগত অভিজ্ঞতা, দৰ্শন আৰু ইয়াৰ স্পৰ্শ বিদ্যমান লেখাবিলাকত। জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ 'প্ৰবন্ধ' এইবাৰ শুনক ষ্টৰীটেলত।
Veröffentlichungsdatum: 08.09.2021; Unabridged; Copyright Year: 2021. Copyright Statment: —