Rejoignez-nous pour un voyage dans le monde des livres!
Ajouter ce livre à l'électronique
Grey
Ecrivez un nouveau commentaire Default profile 50px
Grey
Écoutez en ligne les premiers chapitres de ce livre audio!
All characters reduced
Chinnomostar Manuhtu - cover
ÉCOUTER EXTRAIT

Chinnomostar Manuhtu

মণিকুন্তলা ভট্টাচাৰ্য

Narrateur Bhaskarjyoti Acharjya

Maison d'édition: Storyside IN

  • 0
  • 0
  • 0

Synopsis

ভাৰতত তেতিয়া বৃটিছৰাজ। কামাখ্যা দেৱালয়ৰ পৰিৱেশ বৃটিছ প্ৰভাৱৰ পৰা ভালেখিনি মুক্ত আছিল। বলি বিধান বাধাহীন ভাৱে চলিছিল। কিন্তু, সন্যাসী হৈও এগৰাকীয়ে এই বলি বিধানৰ বিৰোধিতা কৰি জনমত গঢ়াত লাগিছিল। অন্যতম সহযোগী আছিল ইংৰাজ মহিলা ডৰথী। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু স্বাৰ্থপৰতাই তমসাৰে ভৰাই কদৰ্য কৰি ৰখা সমাজত সেই সন্যাসী সফল হ'বনে? ষড়যন্ত্ৰকাৰীৰ কৌশলত পৰি ডৰথীৰ কিবা হ'ব নেকি? গিৰিবালা একা? .... এচোৱা পোহৰহীন সময়ৰ দলিল, দেৱীৰ মায়ালগা পৰিৱেশ বৰ্ণিত উপন্যাস 'ছিন্নমস্তাৰ মানুহটো'। মামণি ৰয়ছম গোস্বামীৰ এই কাহিনীয়ে আপোনাক এটা এন্ধাৰ পথেৰে লৈ যাব কামাখ্যালৈ...
Date de publication: 13/04/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —