Burhatue Kole
মণিকা দেৱী
Erzähler Sarmistha Chakravorty
Verlag: Storyside IN
Beschreibung
মৰিবলৈ বুলি ঘৰৰ পৰা মনে মনে ওলাই যায় বুঢ়া-বুঢ়ী। কিন্তু এৰো বুলিয়েই এৰি দিব পাৰি নে মায়াৰ বান্ধ? বাৰীৰ চুকত তাহানিৰে পৰা শুই থকা কণমানি জীয়েকলৈ চাই বুঢ়ীৰ মনলৈ উভতি আহে পুৰণি হোৱা বহুত কথা। মৰণ সহজ নহয় অথচ কিমান সহজ! আৰু তথাপিও, মৰিব পাৰিব জানো বুঢ়া-বুঢ়ী?আহক শুনোঁ মণিকা দেৱীৰ 'বুঢ়াটোৱে ক'লে'।
Dauer: 16 Minuten (00:16:13) Veröffentlichungsdatum: 15.01.2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

