Panir Ei Jeebon Nilpobon
মনালিছা শইকীয়া
Narrateur Liuchinya Borchetia
Maison d'édition: Storyside IN
Synopsis
চহৰৰ পটভূমিক কেন্দ্ৰ কৰি লিখা এমুঠি গল্প। অথচ প্ৰতিটো গল্পই কঢ়িয়াই লৈ ফুৰে গাঁৱৰ বোকা মাটিৰ গোন্ধ। সৰল কিন্তু চিন্তা উদ্ৰেককাৰী গল্পবোৰৰ পৃষ্ঠা-পৃষ্ঠাই অনুভৱ কৰাই যায় এটা অভিমানী মনৰ। পঢ়ি যাওঁতে বুকুৰ কোনোবা এটা কোণত যন্ত্ৰণাৰ খাজ এটাও কাটি যাব হয়তো। পিছে তাৰ পাছতো গল্পকাৰে গাই যায় জীৱনৰ গান। ১৩ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ভিতৰত কি আছে জানিবলৈ শুনক ষ্টৰীটেল যোগে ২০০৪ চনত মুনীন বৰকটকী বঁটাপ্ৰাপ্ত,শেহতীয়া অসমীয়া সাহিত্যৰ এক লেখত ল'বলগীয়া গল্পকাৰ তথা ঔপন্যাসিক মনালিছা শইকীয়াৰ গল্প সংকলন 'পানীৰ এই জীৱন নীলপৱন'।
Date de publication: 10/02/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

