Begleiten Sie uns auf eine literarische Weltreise!
Buch zum Bücherregal hinzufügen
Grey
Einen neuen Kommentar schreiben Default profile 50px
Grey
Hören Sie die ersten Kapitels dieses Hörbuches online an!
All characters reduced
Grohonanto - cover
HöRPROBE ABSPIELEN

Grohonanto

গীতালি বৰা

Erzähler RJ Toofani Preety

Verlag: Storyside IN

  • 0
  • 0
  • 0

Beschreibung

মানাহৰ পাৰত এক নিৰ্জন ট্যুৰিষ্ট লজত নিৰ্মলা দুৱৰা। মনৰ তীব্ৰ ইচ্ছাক দমাব নোৱাৰি স্বামী আৰু জীয়াৰী মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ বাবে সাজু হয়। উপায়ন্তৰ হৈ অনিচ্ছাসত্বেও নিৰ্মলা দুৱৰা তেওঁলোকৰ লগত মানাহ পায়গৈ। তাতে তেওঁ লগ পায় হিমু অৰ্থাৎ হিমাদ্ৰি বুলি এজন যুৱকক। পিতৃ-মাতৃহীন যুৱকজনৰ প্ৰতি নিৰ্মালিয়ে হৃদয়ত এক আচৰিত টান অনুভৱ কৰে। কিন্তু...! হঠাতে যেন ঘটনাই মূৰ সলায়। হৃদয়ত টান অনুভৱ কৰা হিমুৰ পৰা লাহে লাহে আঁতৰিবলৈ বিচাৰে নিৰ্মালি দুৱৰা। কিন্তু কিয়? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক অসমীয়া সাহিত্যৰ অন্যতম নক্ষত্ৰ কাঞ্চন বৰুৱাৰ উপন্যাস 'গ্ৰহণান্ত'।
Veröffentlichungsdatum: 06.05.2021; Unabridged; Copyright Year: 2021. Copyright Statment: —