Rejoignez-nous pour un voyage dans le monde des livres!
Ajouter ce livre à l'électronique
Grey
Ecrivez un nouveau commentaire Default profile 50px
Grey
Écoutez en ligne les premiers chapitres de ce livre audio!
All characters reduced
Nirobodhi Noiranjana - cover
ÉCOUTER EXTRAIT

Nirobodhi Noiranjana

গায়ত্ৰী বৰা

Narrateur গায়ত্ৰী বৰা

Maison d'édition: Storyside IN

  • 0
  • 0
  • 0

Synopsis

নিৰবধি নৈৰঞ্জনা লেখিকা গীতিলি বৰাৰ এক অপৰূপ সৃষ্টি, য'ত সন্নিবিষ্ট হৈ আছে সাতোটিকৈ গল্প । ইয়াৰ প্ৰতিটো গল্পতে প্ৰকাশ পাইছে নাৰীৰ এক অপ্ৰকাশিত জীৱন্ত ছবি। প্ৰতিখন জীৱন্ত ছবিৰ আঁৰৰ একোটা কাহিনী, যি হয়তো আমি সহজে উপলদ্ধি কৰিব পৰা নাছিলো, কিন্তু লেখিকাৰ কলমত বহু কথাই আমাক আকৌ এবাৰ ভাবিবৰ কাৰনে অৱকাশ দিছে ৷
এই কিতাপ খনৰ জৰিয়তে লেখিকাৰ বিষয়বস্তু নিৰ্বাচন আৰু বিষয়বস্তুৰ ওপৰত থকা তেওঁৰ দক্ষতা , পৰিৱেশ ৰচনা, ঘটনাৰ বিন্যাসৰ ক্ষেত্ৰত মিতব্যয়ী হৈ পাঠকৰ মনৰ উৎকণ্ঠা উপস্থাপনত বিশেষ দক্ষতা দেখা গৈছে ৷ ইয়াত নাম ভূমিকাৰ গল্পটো সঁচায়ে হৃদয়স্পৰ্শী ৷
Durée: environ 3 heures (03:01:18)
Date de publication: 22/03/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —