Rejoignez-nous pour un voyage dans le monde des livres!
Ajouter ce livre à l'électronique
Grey
Ecrivez un nouveau commentaire Default profile 50px
Grey
Écoutez en ligne les premiers chapitres de ce livre audio!
All characters reduced
Dohonot mrityu bhoyonkor - cover
ÉCOUTER EXTRAIT

Dohonot mrityu bhoyonkor

ৰঞ্জু হাজৰিকা

Narrateur তৰুণ গগৈ

Maison d'édition: Storyside IN

  • 0
  • 0
  • 0

Synopsis

আমাৰ জীৱনত এনে কিছুমান ঘটনা ঘটে, যিবোৰৰ কোনো যুক্তিসংগত কাৰণ বিচাৰি নাপাওঁ। যি ঘটিছে তাক প্ৰকাশ্যে স্বীকাৰ কৰিব নোৱাৰিলেও, সেইয়া কেনেকৈ ঘটিল তাক অস্বীকাৰ কৰিব নোৱাৰি। এখন সাধাৰণ কিতাপৰ বাবে মানুহৰ মৃত্যু হ'ব পাৰে নে? পাৰে নে এখন কিতাপে মানুহক হত্যা কৰিব? যদি পাৰে, তেন্তে কেনেকৈ? কি কিতাপ সেইখন? আৰু যদি নোৱাৰে তেন্তে বন্ধ কোঠাৰ ভিতৰত কোনে হত্যা কৰিলে নয়নাক? নয়নাৰ হত্যাকাৰীৰ সম্ভেদ নৌপাওঁতেই কেনেকৈ মৃত্যু ঘটিল শ্বাশ্বত, শশাংক আৰু সিহঁতৰ মাতৃৰ? সঁচাকৈয়ে পৃথিৱীত আছে নে আলৌকিক কিবা শক্তি? নে অন্য কিবা?এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ ভৌতিক উপন্যাস "দহনত মৃত্যু ভয়ঙ্কৰ"
Durée: environ 4 heures (04:13:33)
Date de publication: 09/05/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —