Rejoignez-nous pour un voyage dans le monde des livres!
Ajouter ce livre à l'électronique
Grey
Ecrivez un nouveau commentaire Default profile 50px
Grey
Écoutez en ligne les premiers chapitres de ce livre audio!
All characters reduced
Biponno bismoy khel - cover
ÉCOUTER EXTRAIT

Biponno bismoy khel

ৰঞ্জু হাজৰিকা

Narrateur শৰ্মিষ্ঠা চক্ৰৱৰ্তী

Maison d'édition: Storyside IN

  • 0
  • 0
  • 0

Synopsis

ৰঞ্জু হাজৰিকাৰ দ্বাৰা ৰচিত "বিপন্ন বিষ্ময় খেল " হৈছে এখন এডভেঞ্চাৰ মূলক উপন্যাস। শৈশৱৰ অনুসন্ধিৎসু মনৰ তাগিদাত দুটি শিশুৱে কিছুমান ৰহস্য উদ্ঘাটন কৰিবলৈ যোৱাৰ পথত সন্মুখীন হোৱা বিপদ, তেওঁলোকৰ সাহসিকতা, তাৎক্ষণিক বুদ্ধি আদিৰ কথাৰে পৰিপূৰ্ণ এইখন উপন্যাস। এই ৰহস্য সাহিত্যৰ পুথিখন কেৱল চেমনিয়াৰ বাবেই নহয়, সকলোৰে বাবে উপযোগী।
Durée: environ 3 heures (02:42:23)
Date de publication: 01/08/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —