Begleiten Sie uns auf eine literarische Weltreise!
Buch zum Bücherregal hinzufügen
Grey
Einen neuen Kommentar schreiben Default profile 50px
Grey
Hören Sie die ersten Kapitels dieses Hörbuches online an!
All characters reduced
Aghari Aatmar Kahini - cover
HöRPROBE ABSPIELEN

Aghari Aatmar Kahini

চৈয়দ আব্দুল মালিক

Erzähler আমিশ ত্ৰিপাঠী

Verlag: Storyside IN

  • 0
  • 0
  • 0

Beschreibung

ছৈয়দ আব্দুল মালিক। সঁচাই যেন তেখেত অসমীয়া সাহিত্য জগতখনৰেই "মালিক"! তেখেত স্বপ্নদ্ৰষ্টা। "অঘৰী আত্মাৰ কাহিনী" শীৰ্ষক উপন্যাসখনি মালিকদেৱৰ এক অনুপম সৃষ্টি। মূল চৰিত্ৰ শশাংকই হওক বা অপৰাজিতাই হওক বা মৃগাংকই হওক, এই সকলোৰে সামাজিক একো একোটা সুন্দৰ পৰিচয় থাকিলেও যেন চৰিত্ৰবোৰৰ স্থায়ী আশ্ৰয় নাই। তেওঁলোকৰ আত্মাবোৰ, মনবোৰ যেন অঘৰী। হাবাথুৰি খাই বিচাৰি ফুৰিছে মনৰ আশ্ৰয়কণ, মানসিক শান্তিকণ। একো একোটা মুখা পিন্ধি যেন চৰিত্ৰবোৰে মাথো জীৱনৰ কৰ্তব্য বোৰহে পালন কৰি গৈ আছে। ব্যক্তিগত ইচ্ছা-অনিচ্ছা, আশা-প্ৰত্যাশাবোৰ সমীৰণ, অপৰা, শশাংকহঁতে যেন বহু আগতেই জলাঞ্জলি দিলে। তেওঁলোকৰ আত্মাবোৰ অতৃপ্ত। অঘৰী! "অঘৰী আত্মাৰ কাহিনী"ত ছাঁয়াই নাজানে তাইৰ পিতৃ কোন, মাতৃ কোন। পৰিচয়হীনতাই তাইৰ পৰিচয়! এই গ্লানিৰ ভাৰ সহিব নোৱাৰি তাই স্বেচ্ছাৰেই আঁতৰি গ'ল পৃথিৱীৰ পৰা- তাই আত্মহত্যা কৰিলে। উপন্যাসখনিৰ প্ৰতিটো চৰিত্রই যেন এটি এটি অঘৰী আত্মা।
Dauer: etwa 6 Stunden (05:54:01)
Veröffentlichungsdatum: 18.12.2021; Unabridged; Copyright Year: 2021. Copyright Statment: —