Unisciti a noi in un viaggio nel mondo dei libri!
Aggiungi questo libro allo scaffale
Grey
Scrivi un nuovo commento Default profile 50px
Grey
Ascolta online i primi capitoli di questo audiolibro!
All characters reduced
Balukat Biyali Bela - cover
RIPRODURRE CAMPIONE

Balukat Biyali Bela

শৰ্মিষ্ঠা প্ৰীতম

Narratore Prerana Khanikar

Casa editrice: Storyside IN

  • 0
  • 0
  • 0

Sinossi

আমি মানুহবোৰ সময়ৰ স্মৃতিস্তম্ভ। দেও দিব পৰা হোৱাৰেপৰা থৰক-বৰক হোৱালৈকে সময়ৰ বলুকাত স্বাক্ষৰিত হয় প্ৰতিজন ব্যক্তিৰ বৈচিত্ৰময় জীৱনৰ ঘাট-প্ৰতিঘাতময় প্ৰতিটো খোজ। সেই খোজবোৰ থৰক বৰক হোৱাৰ পৰতে জীৱনৰ বিয়লি বেলাত জীৱনে কুৰুকি কুৰুকি হেঁচি হেঁচি ধূলিস্যাৎ কৰি পেলায় জীয়াই থকাৰ হাঁবিয়াস। পৃথিৱীত বাৰ্ধক্যজনিত স্মৃতিভ্ৰংশ হোৱা মানুহৰ সংখ্যা বৰ্তমান শতকৰা পঞ্চাছৰো অধিক। বৃদ্ধাৱস্থাত মানুহে লগ এৰাৰ দৰে স্মৃতিবোৰেও লগ এৰিব বিচাৰে নেকি? সুদীর্ঘ জীৱনে মানুহক কি দিয়ে - পৰিতৃপ্তি নে অৱসাদ? সুদীৰ্ঘ জীৱন মানেই যন্ত্ৰণা নেকি? বাৰ্ধক্য মানেই অভিশাপ নেকি? অথবা বাৰ্ধক্য আৰু মৃত্যুৰ প্ৰতি থকা ভয়ৰ বাবেই নেকি জীয়াই থকাৰ যুঁজ অথবা হাঁবিয়াস? এনে অজস্ৰ প্ৰশ্নৰ পম খেদিয়ে জন্ম শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস 'বলুকাত বিয়লি বেলা'ৰ, এতিয়া শুনক ষ্টৰীটেলত।
Data di pubblicazione: 15/04/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —