Unisciti a noi in un viaggio nel mondo dei libri!
Aggiungi questo libro allo scaffale
Grey
Scrivi un nuovo commento Default profile 50px
Grey
Ascolta online i primi capitoli di questo audiolibro!
All characters reduced
Atmakatha - cover
RIPRODURRE CAMPIONE

Atmakatha

শৰ্মিষ্ঠা প্ৰীতম

Narratore Pranami Das

Casa editrice: Storyside IN

  • 0
  • 0
  • 0

Sinossi

'Keep your face to the sun,
You will never see the shadows.' - Hellen Keller

পোহৰৰ বাট দেখুৱাই দিয়া এশাৰী বাক্য। কি তাৎপৰ্য থাকিব পাৰে এই বাক্যশাৰীৰ? শৰ্মিষ্ঠা প্ৰীতম! আমাৰ কাৰোৰ অচিনাকি নহয় এই নাম। কিন্তু এই শৰ্মিষ্ঠা প্ৰীতমৰ শৈশৱ কেনে আছিল? আছিল নেকি শৰ্মিষ্ঠা জন্মগতভাৱে দুৰাৰোগ্য ৰোগত আক্ৰান্ত? কি হৈছিল শৰ্মিষ্ঠাৰ? কেনেদৰে আৰম্ভ হৈছিল শৰ্মিষ্ঠাৰ জীৱনৰ সেই যন্ত্ৰণাকাতৰ অধ্যায়? শাৰিৰীক যন্ত্ৰনাই কাবু কৰিব পৰা নাছিল শৰ্মিষ্ঠাক। জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানক সাহসেৰে আকোৱালি লৈছিল শৰ্মিষ্ঠাই। তাৰ কাৰণে প্ৰয়োজন হৈছিল সাংঘাটিক মানসিক শক্তিৰ। আছিল নে সেই শক্তিৰ অধিকাৰী শৰ্মিষ্ঠা? ক'ৰ পৰা কেনেকৈ আহৰণ কৰিব পাৰিছিল এনে মানসিক শক্তি, যাৰ বাবে আমি আজিৰ শৰ্মিষ্ঠা প্ৰীতমক লগ পালোঁ। যন্ত্ৰণাক সৃষ্টিলৈ ৰূপান্তৰ কৰে শৰ্মিষ্ঠাই। কিন্তু কেনেকৈ ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক নৱ প্ৰজন্মৰ এগৰাকী শক্তিশালী লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ ২০১২ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত আত্মজীৱনীমূলক গ্ৰন্থ 'আত্মকথা'।
Data di pubblicazione: 01/04/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —