Unisciti a noi in un viaggio nel mondo dei libri!
Aggiungi questo libro allo scaffale
Grey
Scrivi un nuovo commento Default profile 50px
Grey
Ascolta online i primi capitoli di questo audiolibro!
All characters reduced
Barmajhili - cover
RIPRODURRE CAMPIONE

Barmajhili

Sanjib Deka

Narratore Nishiranjan K Mallika

Casa editrice: Storyside IN

  • 0
  • 0
  • 0

Sinossi

ৰহিম আলি, পুৰ্ণকান্ত শৰ্মাই যাক ডাঙাৰ ছলি বুলি মাতে। সেই শৰ্মাৰে সৰু পুত্ৰ কৰুণা মঝিলীত ৰহিমৰ লগত একেখন শেতেলীত শুৱে, একেটা পাগতে খাই। কিন্তু এদিন সেই কৰুণাৰ মৃত্যু হৈছিল ৰহিম আলিৰ হাতত। কিন্তু কিয়?

দামোদৰ দাসৰ কেইটামান সপোন। দামোদৰ দাসৰ পৰা দামোদৰ শৰ্মা হোৱা, এটা মোবাইল লোৱা, পুতেক আৰু ঘৈণীয়েকক এবাৰ গুৱাহাটী দেখুওৱা আৰু পাৰিলে তাৰ বেমাৰটো এবাৰ ডাক্তৰক দেখুওৱা। পিছে সপোনবোৰ পূৰ কৰিব পাৰিলে নে দামোদৰ দাসে?

মনোমতীয়ে অপেক্ষা কৰে, ঘৰৰ মানুহজন আহিব। কিন্তু মানুহজন নাহে। ক'লৈ গ'ল মানুহজন ? মনোমতীৰ ভ্ৰম হয়। কিন্তু সময়ে কি বতৰা লৈ আনে মনোমতীলৈ?

সময়ে গ্ৰাম্য জীৱনলৈ অনা বিবিধ পৰিৱৰ্তন আৰু ই সৃষ্টি কৰা মূল্যবোধৰ দ্বন্দ্বক বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰা এমুঠিমান গল্প। সমাজত প্ৰচলিত taboo ৰ বিস্তৃত বৰ্ণচ্ছতাত কৰ্তৃত্বশীল গোটে প্ৰান্তীয়জনক কৰি অহা শোষণ অৱদমনৰ মৰ্মস্পৰ্শী চিত্ৰ, সমসাময়িক ৰাজনৈতিক কাঠামোৰ ৰুগীয়া স্বৰূপ, জৈৱিক প্ৰাণশক্তিৰে প্ৰোজ্জ্বল মানৱীয় সম্বন্ধৰ গতিশীলতাৰ চিত্ৰায়ন। দৰঙৰ কথ্য ভাষাৰ ব্যতিক্ৰমী প্ৰয়াসেৰে নিৰ্মিত আঠটা গল্প। কি আছে এই গল্প সমূহত? জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক গল্পকাৰ সঞ্জীৱ পল ডেকাৰ  গল্প সংকলন 'বৰমঝিলী'
Data di pubblicazione: 19/03/2023; Unabridged; Copyright Year: 2023. Copyright Statment: —