Unisciti a noi in un viaggio nel mondo dei libri!
Aggiungi questo libro allo scaffale
Grey
Scrivi un nuovo commento Default profile 50px
Grey
Ascolta online i primi capitoli di questo audiolibro!
All characters reduced
Baghbondi khela - cover
RIPRODURRE CAMPIONE

Baghbondi khela

ৰঞ্জু হাজৰিকা

Narratore গায়ত্ৰী বৰা

Casa editrice: Storyside IN

  • 0
  • 0
  • 0

Sinossi

বাঘবন্দী খেলা , ৰঞ্জু হাজৰিকাৰ অনবদ্য সৃষ্টিসমূহৰ মাজৰে এখন অতি উপভোগ্য ৰহস্যভিত্তিক উপন্যাস ৷ লাবন্যপ্ৰভা, ভতিজাক পুলক আৰু তেওঁৰ পত্নী ৰূপালীক কেন্দ্ৰ কৰিয়েই মূল কাহিনীটো আগবাঢ়ি গৈছে ৷ বৰমাক লাবন্যপ্ৰভাৰ পৰা পোৱা, অহৰহ অশান্তিৰ পৰা পৰিত্ৰান পাবৰ বাবে পুলক আৰু ৰূপালীয়ে কিদৰে বিভিন্ন ষড়যন্ত্ৰৰ মাজেৰে বৰমাক লাবন্যপ্ৰভাক হত্যা কৰাৰ চক্ৰান্ত কৰে আৰু কিদৰে প্ৰতিবাৰেই বিফল হ'বলগা হয়, তাকেই কাহিনীটোৰ মাজেৰে বৰ্ননা কৰা হৈছে ৷ কিন্তু পৰবৰ্তী সময়ত কিদৰে লাবন্যপ্ৰভাৰ মৃত্যু হয়, তাক জানিবৰ বাবে ষ্ট'ৰীটেলৰ জৰিয়তে শুনো আহক বাঘবন্দী খেলা ৷
Durata: circa 3 ore (03:18:29)
Data di pubblicazione: 27/03/2023; Unabridged; Copyright Year: 2023. Copyright Statment: —