Luptokotha
মৃদুল শৰ্মা
Narratore Deepak Kumar Roy
Casa editrice: Storyside IN
Sinossi
একে আষাৰে কবলৈ গলে 'লুপ্ত কথা' অসমীয়া সাহিত্যত সংযোজিত এক 'ক্লাছিক' । শক্তিশালী ভাষিক প্ৰকৃতি, ইতিহাসৰ সমলৰ মিশ্ৰণ , প্ৰাচীন ভাৰতীয় সাহিত্যৰ স্পৰ্শ আৰু কিম্বদন্তীৰ সমাহাৰ এই লুপ্ত কথা, যত ৰজা বিক্ৰমাদিত্যৰ উপাখ্যান, বনবাসী সকলৰ মাজত থাকি বিদ্যাৰ অধিষ্টাত্ৰী দেৱী সৰস্বতীৰ পৰা কালিদাসৰ বিদ্যা জ্ঞান লাভৰ দ্বাৰা মহাকবিৰ আসনত অধিস্থ হোৱা লগতে তেখেতৰ অমৰ ৰচনা মহাকাব্য 'অভিজ্ঞানম শকুন্তলম'ৰ সৃষ্টিৰ আঁৰৰ কথা পঢ়ুৱৈ আৰু শ্ৰোতা বৃন্দই আৱিষ্কাৰ কৰিব পাৰিব।
Data di pubblicazione: 02/07/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

