Unisciti a noi in un viaggio nel mondo dei libri!
Aggiungi questo libro allo scaffale
Grey
Scrivi un nuovo commento Default profile 50px
Grey
Ascolta online i primi capitoli di questo audiolibro!
All characters reduced
Dhunda - cover
RIPRODURRE CAMPIONE

Dhunda

মৃদুল শৰ্মা

Narratore Atanu Bhattacharya

Casa editrice: Storyside IN

  • 0
  • 0
  • 0

Sinossi

ল'ৰাটোৰ নাম ধোন্দা। পিতৃহাৰা সৰু ল'ৰাটোৱে এদিন এটা জোঁকাৰণিত চক খাই সাৰ পাই উঠে। মাকে কয় সেইয়া ভূঁইকপ। পিছদিনা সমনীয়াই তাৰ ভূঁইকঁপৰ কথা শুনি ফিচিঙা-ফিচিঙি কৰে। মনটোত আউল লাগে তাৰ। দুদিনমান পিছত তাক এৰি গুচি যায় মাক। অকলশৰীয়া ল'ৰাটোক মোমায়েকে লৈ যায়। তাৰ জীৱনটোৱে মূৰ সলাই। কালক্ৰমত সি হৈ পৰে আই থানৰ এজন দেওধাই। অথচ সৰুতে অনুভৱ কৰা সেই ভূঁইকঁপে এৰা নিদিয়ে তাক। কিন্তু কেনেকৈ?  এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্প 'ধোন্ দা'
Data di pubblicazione: 10/10/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —