Tora
মণিকা দেৱী
Narratore Sarmistha Chakravorty
Casa editrice: Storyside IN
Sinossi
চিত্ৰকল্পেৰে বিষয়ক পূৰ্ণতা প্ৰদান কৰাটো মণিকা দেৱীৰ গল্পৰ বৈশিষ্ট। মাহীয়েকৰ ঘৰৰ বনকৰা ছোৱালী তৰাই সিদ্ধান্ত লয় পলাই যোৱাৰ। সিদ্ধান্ত নলৈ উপায় নাই, মাহীয়েকৰ ঘৰৰ সমস্ত বন সামৰিব লাগে তৰাই। আহিছিল নিজৰ ছোৱালীৰ দৰে থাকি পঢ়া-শুনা কৰিবলৈ, পিছে পঢ়া হ'ল জানো তৰাৰ? তাইৰ মুক্তিৰ মাৰ্গ কি হব? তাই যাব কলৈ? আহক শুনো মণিকা দেৱীৰ হৃদয়স্পৰ্শী গল্প 'তৰা'।
Durata: 25 minuti (00:25:28) Data di pubblicazione: 10/01/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

