Thikona
মণিকা দেৱী
Narratore Sarmistha Chakravorty
Casa editrice: Storyside IN
Sinossi
আইলতা এল.পি স্কুলৰ শিক্ষয়িত্ৰী। বুনিয়াদী প্ৰশিক্ষনকেন্দ্ৰত লক্ষী ঘোষক লগ পায়। সেই সময়ৰ অসম অগ্নিগৰ্ভা। বঙালীৰ আগ্ৰাসনে অসম ছানি ধৰাক লৈ অসমৰ আকাশ-বতাহ উত্তাল। মানুহৰ মুখে মুখে 'এক দুই তিন, অসমীয়া ৰাইজৰ ৰাতি, পুলিচ-মিলিটেৰীৰ দিন'। লক্ষী চোকা ছোৱালী। নিৰ্জু আইলতা আৰু লক্ষীৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। জাতি পৰিচয়, ভাষা পৰিচয়ৰ খেলিমেলিবোৰৰ মাজত আইলতা-লক্ষীৰ বন্ধুত্বই কি মোৰ ল'ব? মণিকা দেৱীৰ 'ঠিকনা' জাতি-ভাষাৰ দন্দ্ব-খৰিয়ালৰ মাজত মনুষ্যত্বৰ এটা মৰ্মান্তিক গল্প।
Durata: 22 minuti (00:22:20) Data di pubblicazione: 10/01/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

