Edinor Diary
হোমেন বৰগোহাঞি
Narratore Kumar David Das
Casa editrice: Storyside IN
Sinossi
জীৱন মানে কি? থাকেনে জীৱনৰ কিবা অৰ্থ? কিয় বহুতৰ বাবে জীৱনৰ ভাটিবেলা হৈ পৰে অৰ্থহীন। একপ্ৰকাৰৰ boredom? কিন্তু কি এই boredom? এদিনৰ বাবে ডায়েৰী লিখিবলৈ বহি উদ্ভাৱন কৰিব পাৰিনে জীৱনৰ প্ৰকৃত অৰ্থ? জীৱনৰ শেষ সময়ছোৱাত উদ্দেশ্যহীন ভাৱে জীয়াই থকাটো সঁচাকৈয়ে বাৰু যন্ত্ৰণাদায়ক নেকি? যদি হয়, তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ। এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ 'এদিনৰ ডায়েৰী'।
Data di pubblicazione: 10/03/2021; Unabridged; Copyright Year: 2021. Copyright Statment: —

