Unisciti a noi in un viaggio nel mondo dei libri!
Aggiungi questo libro allo scaffale
Grey
Scrivi un nuovo commento Default profile 50px
Grey
Ascolta online i primi capitoli di questo audiolibro!
All characters reduced
Xanito nokh - cover
RIPRODURRE CAMPIONE

Xanito nokh

ৰঞ্জু হাজৰিকা

Narratore ৰঞ্জু হাজৰিকা

Casa editrice: Storyside IN

  • 0
  • 0
  • 0

Sinossi

ৰঞ্জু হাজৰিকাৰ বহুকেইখন জনপ্ৰিয় ৰহস্য উপন্যাসৰ চিনাকী ডিটেকটিভ চৰিত্ৰ পবিত্ৰ লহকৰ, ডঃ অমলকৃষ্ণ হাজৰিকা আৰু দেৱজিত ফুকন 'শানিত নখ'ৰো কেন্দ্ৰীয় চৰিত্ৰ। জুৱেল থিফ্ কোন? পাৰ্থপ্ৰতীমৰ মহামূল্যৱান 'ৰূবী'টোৰ অপহৰণৰ অন্তৰালত প্ৰকৃততে কোন? গোপন ৰহস্যৰ শুংশুত্ৰ বিচাৰি ডিটেকটিভ দেৱজিত ফুকন আৰু পবিত্ৰ লহকৰ দিশহাৰা। আৰু অমলকৃষ্ণ? দুৰ্বৃত্তৰ পিষ্টলৰ গুলীত পবিত্ৰ নিহত, কিন্তু.. তনুজা কোন? তেওঁ যদি পাৰ্থৰ প্ৰেমিকা তেন্তে কিয় আহিছিল 'ৰূবী'টো অপহৰণ কৰিবলৈ? ৰহস্যৰ কুহেলিকাত আপুনিও দিশহাৰা হৈ পৰিব.. শানিত নখৰ আঁচোৰত আপুনিও ধৰাশায়ী হৈ পৰিব। আতংক, ঊৎকণ্ঠা, উদ্বেগৰ ভয়ংকৰ ৰূদ্ধশ্বাস কাহিনী 'শানিত নখ' এইবাৰ শুনক ষ্টৰীটেলত।
Durata: circa 3 ore (02:52:46)
Data di pubblicazione: 09/01/2022; Unabridged; Copyright Year: 2021. Copyright Statment: —