Unisciti a noi in un viaggio nel mondo dei libri!
Aggiungi questo libro allo scaffale
Grey
Scrivi un nuovo commento Default profile 50px
Grey
Ascolta online i primi capitoli di questo audiolibro!
All characters reduced
Hriday Ek Bigyapan - cover
RIPRODURRE CAMPIONE

Hriday Ek Bigyapan

অৰূপা পটংগীয়া কলিতা

Narratore Melody Patgiri

Casa editrice: Storyside IN

  • 0
  • 0
  • 0

Sinossi

ভাস্বতী, এডকন ক্ৰিয়েটিভ নামৰ এডভাৰটাইজিং কোম্পানীৰ নতুন কৰ্মচাৰী। ব্যস্ত জীৱন এটা বিচাৰি ভাস্বতীয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও বিজ্ঞাপন জগতখনৰ বিষয়ে ভাস্বতীৰ জ্ঞান আছিল একেবাৰে নগন্য। কিন্তু তাত ভৰি দিয়াৰ পিছত তাই যেন এখন নতুন জগতত খোজ পলালে। এখন নতুন পৃথিৱী, যিখন পৃথিৱীৰ নগ্ন ছবিয়ে কেতিয়াবা ভাস্বতীক অস্বস্তিকৰ পৰিবেশত পেলাই দিয়ে। ইফালে তাইৰ প্ৰিয় পুৰুষ প্ৰয়াগ। তাইৰ স্বামী প্ৰয়াগ যেন সলনি হৈছে দিনে দিনে। কি হৈছে কিয় হৈছে সকলো বুজি উঠে ভাস্বতীয়ে। অভিমান হয় মুহূৰ্তৰ বাবে। কিন্তু পুনৰ সম্ভালি লয় নিজক। এইখন জগততে তাই লগ পাই মায়াক, যিয়ে পেটৰ ভাত মুঠিৰ বাবে কেতিয়াবা নিজৰ ডিঙিয়ে মুখে লৈ আহিব লগা হয় কোনো কামুক বুঢ়াৰ নৃশংস চিন। লগ পাই মহুৱাক, যাৰ বিষয়ে সকলোৱে কয় চৰিত্ৰহীন বুলি। অথচ আছিল জানো মহুৱা চৰিত্ৰহীন? আৰু চিন্ময়..। চিন্ময়ৰ প্ৰতি ভাস্বতীয়ে অনুভৱ কৰিছিল নেকি কোনো এক পলত দুৰ্বলতা? কি হ'ল ভাস্বতী আৰু প্ৰয়াগৰ? জীৱনৰ প্ৰতিটো কথা জানোঁ বিজ্ঞাপন হয়? হৃদয়ৰ বিজ্ঞাপন দিব পাৰে নে? এই সকলোখিনি জানিবলৈ
ষ্টৰীটেল যোগে শুনক প্ৰথিতযশা ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস "হৃদয় এক বিজ্ঞাপন"
Durata: circa 5 ore (04:30:40)
Data di pubblicazione: 01/05/2022; Unabridged; Copyright Year: 2022. Copyright Statment: —